Skip to content

Skip to table of contents

অক্টোবৰ ১৫-২১

যোহন ১৩-১৪

অক্টোবৰ ১৫-২১
  • গীত ৫০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • তোমালোকক আৰ্হি দেখুৱালোঁ”: (১০ মি.)

    • যোহ ১৩:৫—যীচুৱে শিষ্যসকলৰ ভৰি ধুইছিল (যোহ ১৩:৫ পদৰ ওপৰত “শিষ্যবিলাকৰ ভৰি ধুৱাই” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১৩:১২-১৪—‘ইজনে সিজনৰ ভৰি ধুৱাটো’ যীচুৰ শিষ্যসকলৰ কৰ্তব্য আছিল (যোহ ১৩:১৪ পদৰ ওপৰত “উচিত” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১৩:১৫—যীচুৰ শিষ্যসকলে তেওঁৰ নম্ৰতাৰ গুণ অনুকৰণ কৰা উচিত (w৯৯-HI ৩/১ ৩১ ¶১)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ১৪:৬—যীচুক কিয় “বাট আৰু সত্য আৰু জীৱন” বুলি কোৱা হৈছে? (যোহ ১৪:৬ পদৰ ওপৰত “ময়েই বাট আৰু সত্য আৰু জীৱন” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১৪:১২—যীচুৰ ওপৰত বিশ্বাস কৰা লোকসকলে কেনেকৈ তেওঁতকৈয়ো “মহৎ মহৎ কাৰ্য্য” কৰিব? (যোহ ১৪:১২ পদৰ ওপৰত “তাতকৈয়ো মহৎ মহৎ কাৰ্য্য” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ১৩:১-১৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন