Skip to content

Skip to table of contents

অক্টোবৰ ১-৭

যোহন ৯-১০

অক্টোবৰ ১-৭
  • গীত ১৪৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়”: (১০ মি.)

    • যোহ ১০:১-৩, ১১, ১৪—যীচুৱে “সজ ৰখীয়া” হিচাপে নিজৰ মেৰবিলাকক ব্যক্তিগতভাৱে চিনি পায় আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে (nwtsty ছবি; w১১-HI ৫/১৫ ৭-৮ ¶৫)

    • যোহ ১০:৪, ৫—মেৰবিলাকে যীচুৰ মাত বুজি পায়, অচিনাকী লোকৰ নহয় (cf-HI ১২৫ ¶১৭)

    • যোহ ১০:১৬—যীচুৰ মেৰবিলাকে একতাৰ আনন্দ উপভোগ কৰে (যোহ ১০:১৬ পদৰ ওপৰত “আনিব লাগে” অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ৯:৩৮—আগতে চকুৰে দেখা নোপোৱা ভিখাৰীজনে যীচুৰ সন্মুখত সেৱা কৰি কি জানিবলৈ সক্ষম হৈছিল? (যোহ ৯:৩৮ পদৰ ওপৰত “তেওঁক সেৱা কৰিলে” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১০:২২—মন্দিৰ-প্ৰতিষ্ঠাৰ পৰ্ব্ব কি আছিল? (যোহ ১০:২২ পদৰ ওপৰত “মন্দিৰ-প্ৰতিষ্ঠাৰ পৰ্ব্ব” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ৯:১-১৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৮

  • স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৬

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৯ আৰু প্ৰাৰ্থনা