Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৯-১০

যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়

যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়

১০:১-৫, ১১, ১৪, ১৬

এজন মেৰ ৰখীয়া আৰু তেওঁৰ মেৰৰ সম্বন্ধ, জ্ঞান আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। যীচুৱে এজন সজ ৰখীয়া হিচাপে ব্যক্তিগতভাৱে নিজৰ মেৰবিলাকৰ প্ৰয়োজনীয়তা, দুৰ্ব্বলতা আৰু শক্তিৰ বিষয়ে জানে। মেৰবিলাকেও নিজৰ ৰখীয়াক চিনি পায় আৰু তেওঁৰ নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখে।

সজ ৰখীয়া হিচাপে যীচুৱে কেনেকৈ . . .

  • নিজৰ মেৰবিলাকক একগোট কৰিছে?

  • নিজৰ মেৰবিলাকক পৰিচালনা কৰিছে?

  • নিজৰ মেৰবিলাকৰ সুৰক্ষা দিছে?

  • নিজৰ মেৰবিলাকক প্ৰতিপালন কৰিছে?