Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১১-১২

যীচুৰ দৰে কৰুণা দেখুৱাওক

যীচুৰ দৰে কৰুণা দেখুৱাওক

১১:২৩-২৬, ৩৩-৩৫, ৪৩, ৪৪

যীচুৱে লোকসকলৰ প্ৰতি কৰুণা আৰু সহানুভূতি দেখুৱাইছিল। তেওঁৰ এই গুণ কিয় মন কৰিবলগীয়া আছিল?

  • লোকসকলে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল, যীচুৱে হয়তো তেনে সকলো পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। কিন্তু তেতিয়াও তেওঁ সেই পৰিস্থিতিবোৰত নিজকে ৰাখি, আনৰ দুখ-কষ্ট অনুভৱ কৰিছিল

  • তেওঁ নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ লজ্জিত অনুভৱ কৰা নাছিল

  • যীচুৱে লোকসকলক সহায় কৰাৰ বাবে আগভাগ লৈছিল