যাত্ৰাপুস্তক ৩৫-৩৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |যিহোৱাই নিজৰ সেৱকসকলক যোগ্য কৰি তুলে
৩৫:২৫, ২৬, ৩০-৩৫; ৩৬:১, ২
যিহোৱাই পবিত্ৰ আত্মাৰ সহায়ত বচলেল আৰু অহলীয়াবক পবিত্ৰ-স্থানৰ বস্তুবোৰ বনাবলৈ জ্ঞান আৰু বুদ্ধি দিলে। যিহোৱাই আজিও নিজৰ সেৱকসকলক পবিত্ৰ আত্মা দিয়ে। পবিত্ৰ আত্মা লাভ কৰিবলৈ আমি কি কৰিব লাগিব?
-
যিহোৱালৈ প্ৰাৰ্থনা কৰিব লাগিব, যাতে আমি নিজৰ দক্ষতা বঢ়াব পাৰোঁ আৰু তেওঁৰ সেৱা ভালদৰে কৰিব পাৰোঁ
-
ঈশ্বৰৰ প্ৰেৰণাৰে লিখা বাইবেলখন গভীৰভাৱে অধ্যয়ন কৰিব লাগিব
-
যিহোৱাৰ সেৱাত লাভ কৰা যিকোনো কাম, মনে-প্ৰাণে কৰিব লাগিব
যিহোৱাই আপোনাক কি কি কৰিবলৈ যোগ্য কৰি তুলিব পাৰে?