Skip to content

Skip to table of contents

অক্টোবৰ ৫-১১

যাত্ৰাপুস্তক ৩১-৩২

অক্টোবৰ ৫-১১
  •  গীত ৪৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • মূৰ্ত্তি-পূজাৰপৰা আঁতৰি থাকক”: (১০ মি.)

    • যাত্ৰা ৩২:১—যিয়ে পৰিস্থিতি নহওক কিয় আমি যিহোৱাৰ বাহিৰে, আন কোনো দেৱতাক উপাসনা কৰা উচিত নহয় (w০৯-HI ৫/১৫ ১১ ¶১১)

    • যাত্ৰা ৩২:৪-৬—ইস্ৰায়েলীসকলে সত্য উপাসনাৰ লগতে মিছা উপাসনা কৰিছিল (w১২-HI ১০/১৫ ২৫ ¶১২)

    • যাত্ৰা ৩২:৯, ১০—যিহোৱা ইস্ৰায়েলীসকলৰ ওপৰত ক্ৰোধিত হৈছিল (w১৮.০৭-HI ২০ ¶১৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যাত্ৰা ৩১:১৭—সপ্তম দিনা যিহোৱাই কি অৰ্থত বিশ্ৰাম লʼলে? (w১৯.১২-HI ২ ¶৪)

    • যাত্ৰা ৩১:১৮—“ঈশ্বৰৰ আঙুলিৰ” অৰ্থ কি হয়? (w৮৭-E ৬/১৫ ¶৫, বক্স)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৩২:১৫-৩৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: বৰষায়ে কেনেকৈ প্ৰশ্নৰ ভাল ব্যৱহাৰ কৰিলে? পুনৰ সাক্ষাতৰ বাবে তাই কি কৰিলে?

  • প্ৰথম সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ পৰিচয় দিয়ক আৰু আলোচনা কৰক (কিন্তু ভিডিঅ’খন নচলাব)। (শিক্ষা অধ্যায় ৯)

  • ভাষণ: (৫ মি. বা কম) w১০-HI ৫/১৫ ২১—বিষয়: হাৰোণে সোণৰ দামুৰি বনোৱাৰ বাবে যিহোৱাই কিয় তেওঁক শাস্তি নিদিলে? (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন