আগষ্ট ১৩-১৯
লূক ১৯-২০
গীত ১৫০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“দহ মিনা ৰূপৰ দৃষ্টান্তৰপৰা শিক্ষা”: (১০ মি.)
লূক ১৯:১২, ১৩—“এজন ভদ্ৰবংশীয় মানুহে” উভতি নহালৈকে বেপাৰ কৰিবলৈ নিজৰ দাসসকলক কয় ( jy-E ২৩২ ¶২-৪)
লূক ১৯:১৬-১৯—বিশ্বাসী দাসসকলৰ বেলেগ বেলেগ দক্ষতা আছিল, কিন্তু প্ৰতিজনে একোটাকৈ পুৰস্কাৰ লাভ কৰিছিল ( jy-E ২৩২ ¶৭)
লূক ১৯:২০-২৪—কাম কৰিবলৈ নিবিচৰা দুষ্ট এলেহুৱা দাসজনে সকলো হেৰুৱায় ( jy-E ২৩৩ ¶১)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
লূক ১৯:৪৩—যীচুৰ বাক্য কেনেকৈ পূৰ হৈছিল? (লূক ১৯:৪৩ পদৰ ওপৰত “গড় বান্ধি তোমাক বেৰি” অধ্যয়নৰ টোকা, nwtsty)
লূক ২০:৩৮—যীচুৰ বাক্যই পুনৰুত্থানৰ ওপৰত আমাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰে? (লূক ২০:৩৮ পদৰ ওপৰত “কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) লূক ১৯:১১-২৭
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
ভাষণ: (৬ মি. বা কম) w১৪-HI ৮/১৫ ২৯-৩০—বিষয়: লূক ২০:৩৪-৩৬ পদত বৰ্ণনা কৰা যীচুৰ বাক্যই পৃথিৱীত হোৱা পুনৰুত্থানক বুজায় নেকি?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৪৩
“ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—JW.ORG-ত তথ্য জানিবলৈ শিকক”: (১৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৫ ¶১-৪
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৯ আৰু প্ৰাৰ্থনা