আগষ্ট ২০-২৬
লূক ২১-২২
গীত ১৫১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমালোকৰ মুক্তি ওচৰ চাপিছেহি”: (১০ মি.)
লূক ২১:২৫—মহা-ক্লেশৰ সময়ছোৱাত আচৰিত ঘটনা ঘটিব (kr-HI ২২৬ ¶৯)
লূক ২১:২৬—যিহোৱা ঈশ্বৰৰ শত্ৰুবিলাক ভয়ত বিমূৰ্চ্ছিত হ’ব
লূক ২১:২৭, ২৮—যীচু অহাৰ অৰ্থ হৈছে বিশ্বাসী লোকসকলৰ মুক্তি (w১৬.০১-HI ১০-১১ ¶১৭; w১৫-HI ৭/১৫ ১৭-১৮ ¶১৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
লূক ২১:৩৩—এই পদত বৰ্ণনা কৰা যীচুৰ বাক্যৰ অৰ্থ কি? (লূক ২১:৩৩ পদৰ ওপৰত “আকাশ আৰু পৃথিবী লুপ্ত হব,” “মোৰ বাক্য লুপ্ত নহব” অধ্যয়নৰ টোকা, nwtsty)
লূক ২২:২৮-৩০—যীচুৱে কি নিয়ম স্থাপন কৰিছিল, কাৰ লগত কৰিছিল আৰু ই কি সম্পন্ন কৰে? (w১৪-HI ১০/১৫ ১৬-১৭ ¶১৫-১৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) লূক ২২:৩৫-৫৩
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থ ব্যস্ত থকাৰ সময়ছোৱাত কেনেকৈ ঘোষণা কৰিব পাৰি, তাক দেখুৱাওক।
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ২৬
স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৫ ¶৫-৭
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৩২ আৰু প্ৰাৰ্থনা