Skip to content

Skip to table of contents

আগষ্ট ২৭–চেপ্টেম্বৰ ২

লূক ২৩-২৪

আগষ্ট ২৭–চেপ্টেম্বৰ ২
  • গীত ৩৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • আনক ক্ষমা কৰিবলৈ সাজু থাকক”: (১০ মি.)

    • লূক ২৩:৩৪—যাতনা-স্তম্ভত আঁৰি দিয়া ৰোমান সৈনিককেইজনক যীচুৱে ক্ষমা কৰিছিল (cl-HI ২৯৭ ¶১৬)

    • লূক ২৩:৪৩—যীচুৱে এজন অপৰাধীক ক্ষমা কৰিছিল ( g-HI ৪/০৮ ৩০ ¶৫-৬)

    • লূক ২৪:৩৪—যীচুৱে পিতৰক ক্ষমা কৰিছিল (cl-HI ২৯৭-২৯৮ ¶১৭-১৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ২৩:৩১—এই পদৰ যোগেদি যীচুৱে হয়তো কি বুজাব বিচাৰিছিল? (লূক ২৩:৩১ পদৰ ওপৰত “কেঁচা গছত . . . শুকান গছত” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ২৩:৩৩—পুৰাতত্ত্ব খনন কাৰ্য্যৰপৰা পোৱা এনে কি প্ৰমাণে দেখুৱায় যে এজন ব্যক্তিক আঁৰি দিয়াৰ সময়ত সাধাৰণতে গজাল মৰা হৈছিল? (লূক ২৩:৩৩ পদৰ ওপৰত “গোৰোৱাৰ হাড়ত গজাল” ছবি, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ২৩:১-১৬

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থৰ প্ৰয়োজন অনুসৰি শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) ভাল খবৰ পাঠ ৪ ¶৩-৪

খ্ৰীষ্টান হিচাপে জীৱন-যাপন