Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ২৩-২৪

আনক ক্ষমা কৰিবলৈ সাজু থাকক

আনক ক্ষমা কৰিবলৈ সাজু থাকক

২৪:৩৪

আমি কাক ক্ষমা কৰা উচিত?

আনক ‘ক্ষমা’ কৰিবলৈ সাজু থকাৰ অৰ্থ কি? (গীত ৮৬:৫) যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰই, এজন পাপী ব্যক্তিয়ে অনুশোচনা কৰিছে নে নাই, তালৈ ধ্যান দিয়ে, যাতে তেওঁক দয়া দেখুৱাব পাৰে।