Skip to content

Skip to table of contents

আগষ্ট ৬-১২

লূক ১৭-১৮

আগষ্ট ৬-১২
  • গীত ১৪৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • কৃতজ্ঞ হওক”: (১০ মি.)

    • লূক ১৭:১১-১৪—যীচুৱে দহজন কুষ্ঠৰোগীক সুস্থ কৰিছিল (লূক ১৭:১২ পদৰ ওপৰত “দহ জন কুষ্ঠ ৰোগী” অধ্যয়নৰ টোকা, nwtsty; লূক ১৭:১৪ পদৰ ওপৰত “পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১৭:১৫, ১৬—কেৱল এজন কুষ্ঠৰোগীহে যীচুক ধন্যবাদ দিবলৈ উভতি আহিছিল

    • লূক ১৭:১৭, ১৮—এই বৃতান্তই কৃতজ্ঞতা দেখুৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে (w০৮-HI ১০/১ ২২ ¶৮-৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ১৭:৭-১০—ইয়াত বৰ্ণনা কৰা যীচুৰ দৃষ্টান্তই কি বুজাব বিচাৰিছে? (লূক ১৭:১০ পদৰ ওপৰত “অনুপযোগী” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১৮:৮—এই পদত যীচুৱে কেনেধৰণৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিছে? (লূক ১৮:৮ পদৰ ওপৰত “বিশ্বাস” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ১৮:২৪-৪৩

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪

  • লোটৰ তিৰোতাক সোঁৱৰা”: (১৫ মি.) আলোচনা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৪ ¶৫-৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩১ আৰু প্ৰাৰ্থনা