কৃতজ্ঞ হওক
এই বৃতান্তৰপৰা আমি কৃতজ্ঞ হোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?
-
আমাৰ হৃদয়ত কেৱল কৃতজ্ঞতাৰ ভাবনা থকাই যথেষ্ট নহয়, আমি ইয়াক প্ৰকাশ কৰা উচিত
-
হৃদয়ৰপৰা কৃতজ্ঞতা প্ৰকাশ কৰাৰ যোগেদি আমি খ্ৰীষ্টান প্ৰেমৰ প্ৰমাণ দিওঁ আৰু এয়া এক ভাল অভ্যাস
-
যিসকলে খ্ৰীষ্টক সন্তুষ্ট কৰিব বিচাৰে, তেওঁলোকে ৰাষ্ট্ৰ, জাতি, ধৰ্ম্ম নিৰ্বিশেষে সকলোকে প্ৰেম কৰা উচিত আৰু ভাল কামৰ বাবে তেওঁলোকক প্ৰশংসা কৰা উচিত