আগষ্ট ১২১৮
তীত ১–ফিলীমন
গীত ৯৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“‘বৃদ্ধলোকসকলৰ নিযুক্তি’”: (১০ মি.)
[তীত কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
তীত ১:৫-৯—শাস্ত্ৰৰ অনুসৰি যোগ্য ভাইসকলক চাৰ্কিট ওভাৰচিয়াৰে প্ৰাচীন হিচাপে নিযুক্ত কৰে (w১৪-HI ১১/১৫ ২৮-২৯)
[ফিলীমন কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
তীত ১:১২—এই পদে জাতি বা ৰাষ্ট্ৰৰ ভেদা-ভেদৰ বিষয়ে উল্লেখ কৰা নাই বুলি কিয় ক’ব পাৰি? (w৮৯-E ৫/১৫ ৩১ ¶৫)
ফিলী ১৫, ১৬—ওনীচিমক দাসত্বৰপৰা মুক্ত কৰিবলৈ পৌলে কিয় ফিলীমনক কোৱা নাছিল? (w০৮-HI ১০/১৫ ৩১ ¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) তীত ৩:১-১৫ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৮৪
“কিশোৰ-কিশোৰীসকল—‘সৎকৰ্ম্মত উদ্যোগী’ হওক”: (১৫ মি.) আলোচনা। কিশোৰ-কিশোৰীসকলে যিহোৱাক আদৰ কৰিছে নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৭ ¶২১-২৫, অতিৰিক্ত লেখ ২১৩-২১৫
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৫ আৰু প্ৰাৰ্থনা