আগষ্ট ১৯-২৫
ইব্ৰী ১-৩
গীত ৩৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ধাৰ্মিকতাক প্ৰেম কৰক আৰু অধাৰ্মিকতাক ঘিণ কৰক”: (১০ মি.)
[ইব্ৰী কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
ইব্ৰী ১:৮—যীচুৱে ‘সৰলতাৰ দণ্ডৰ’ সৈতে শাসন কৰে (w১৪-HI ২/১৫ ৫ ¶৮)
ইব্ৰী ১:৯—যীচুৱে ধাৰ্মিকতাক প্ৰেম কৰে আৰু অধাৰ্মিকতাক ঘিণ কৰে (w১৪-HI ২/১৫ ৪-৬ ¶৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ইব্ৰী ১:৩—যীচুৱে সদায় তেওঁৰ পিতৃৰ গুণ আৰু ব্যক্তিত্বক প্ৰকাশ কৰেনে? (it-১-E ১১৮৫ ¶১)
ইব্ৰী ১:১০-১২—পাঁচনি পৌলে গীতমালা ১০২:২৫-২৭ পদবোৰ যীচু খ্ৰীষ্টৰ ওপৰত কিয় ব্যৱহাৰ কৰিছিল? (it-১-E ১০৬৩ ¶৭)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ইব্ৰী ১:১-১৪ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৪)
প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। গৃহস্থক সভাৰ নিমন্ত্ৰণ পত্ৰখন দিয়ক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅ’খনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅ’খন নচলাব)। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১২১
স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৮ ¶১-১০
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২১ আৰু প্ৰাৰ্থনা