আগষ্ট ২৬–চেপ্টেম্বৰ ১
ইব্ৰী ৪-৬
গীত ৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক”: (১০ মি.)
ইব্ৰী ৪:১, ৪—ঈশ্বৰৰ বিশ্ৰাম দিনক চিনাক্ত কৰক (w১১-HI ৭/১৫ ২৪-২৫ ¶৩-৫)
ইব্ৰী ৪:৬—যিহোৱা ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থাকক (w১১-HI ৭/১৫ ২৫ ¶৬)
ইব্ৰী ৪:৯-১১—আপোনাৰ দৃষ্টিত যি গুৰুত্বপূৰ্ণ, কেৱল তাকেই নকৰিব (w১১-HI ৭/১৫ ২৮ ¶১৬-১৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ইব্ৰী ৪:১২—এই পদৰ অনুসৰি “ঈশ্বৰৰ বাক্য” বুলিলে কি বুজায়? (w১৬.০৯-HI ১৩)
ইব্ৰী ৬:১৭, ১৮—এই পদত উল্লেখ কৰা “অলৰ দুই বিষয়” কি হয়? (it-১-E ১১৩৯ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ইব্ৰী ৫:১-১৪ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ২২৭ ¶৭-৮ (শিক্ষা অধ্যায় ১২)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৭৫
“ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি”: (১৫ মি.) আলোচনা। বেথেল সেৱাৰ বাবে সাজু থাকক নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৮ ¶১১-২১
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৭ আৰু প্ৰাৰ্থনা