Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ৪-৬

আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক

আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক

৪:১১

যিহোৱা ঈশ্বৰে সংগঠনৰ যোগেদি নিজৰ উদ্দেশ্যৰ বিষয়ে প্ৰকাশ কৰিছে। ঈশ্বৰৰ উদ্দেশ্যৰ অনুসৰি কাৰ্য্য কৰাৰ দ্বাৰা আমি তেওঁৰ বিশ্ৰামত প্ৰৱেশ কৰিব পাৰিম। আমি নিজকে প্ৰশ্ন কৰা উচিত: ‘মোক যেতিয়া পৰামৰ্শ দিয়া হয়, তেতিয়া মই কেনে মনোবৃত্তি দেখুৱাওঁ? পদৰ ওপৰত যেতিয়া নতুন সাল-সলনি কৰা হয়, তেতিয়া মই কেনে মনোবৃত্তি দেখুৱাওঁ?’

মোৰ জীৱনত আজ্ঞাকাৰী হৈ থাকিবলৈ মই কেনেধৰণৰ পৰীক্ষাৰ সন্মুখীন হৈছোঁ?