আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা এপ্ৰিল 2018
আলোচনাৰ বাবে আৰ্হি
বাইবেল আৰু সুখী জীৱনৰ বিষয়ে ক্ৰম অনুসৰি আলোচনা।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
নিস্তাৰ-পৰ্ব্ব আৰু স্মৰণীয় দিন—সাদৃশ্য আৰু পাৰ্থক্য
নিস্তাৰ-পৰ্ব্ব, স্মৰণীয় দিনৰ আভাস নাছিল, কিন্তু নিস্তাৰ-পৰ্ব্বৰ কিছুমান কথা আমাৰ বাবেও গুৰুত্বপূৰ্ণ।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যোৱা আৰু শিষ্য বনোৱা—কিয়, ক’ত আৰু কেনেকৈ?
শিষ্য বনোৱাৰ অৰ্থ হৈছে আনক যীচুৰ আজ্ঞা নিজৰ জীৱনত পালন কৰিবলৈ শিক্ষা দিয়া। নিজৰ বাইবেল বিদ্যাৰ্থীজনক যীচুৱে দিয়া আজ্ঞা পালন কৰিবলৈ আৰু তেওঁৰ উদাহৰণ অনুকৰণ কৰিবলৈ শিক্ষা দিয়াটো শিষ্য বনোৱা কাৰ্য্যত জড়িত আছে।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কৰা আৰু শিক্ষা দিয়া—শিষ্য বনোৱাৰ বাবে অতি প্ৰয়োজন
যীচুৱে নিজৰ অনুগামীসকলক যাবলৈ আৰু শিষ্য বনোৱা কাৰ্য্যত অংশগ্ৰহণ কৰিবলৈ আজ্ঞা দিছিল। ইয়াত কি কি জড়িত আছে? আমি লোকসকলক আধ্যাত্মিকভাৱে আগবাঢ়ি যাবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমাৰ পাপ ক্ষমা হল”
মাৰ্ক ২:৫-১২ পদত বৰ্ণনা কৰা আচৰিত কৰ্ম্মৰপৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমি কোনো গভীৰ ৰোগত ভোগো, তেতিয়া সহন কৰিবলৈ এই বিৱৰণে আমাক কেনেকৈ সহায় কৰিব?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
বিশ্ৰাম-বাৰত সুস্থ কৰা
যিহুদী ধৰ্ম্মগুৰুসকলৰ মনোভাৱ দেখি যীচুৱে কিয় বৰকৈ দুখিত হৈছিল? কি কি প্ৰশ্নই আমাক উনুকিয়াই দিব যে আমি যীচুৰ কৰুণাক অনুকৰণ কৰিছোঁ নে নাই?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আমাৰ মৃত আপোনজনাক পুনৰুত্থান কৰাৰ শক্তি যীচুৰ আছে
বাইবেলত বৰ্ণনা কৰা পুনৰুত্থানৰ বিৱৰণৰ ওপৰত ধ্যান কৰিলে, ভৱিষ্যতে হ’বলগীয়া পুনৰুত্থানৰ আশাৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় কৰে।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক
প্ৰভাৱকাৰীৰূপে শিকাবলৈ আমি আমাৰ সঁজুলিবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকা উচিত। শিক্ষা দিয়াৰ মূল সঁজুলি কি? শিক্ষাদানৰ সঁজুলিৰ বাকচত উল্লেখ কৰা প্ৰকাশনবোৰ আপুনি ভালদৰে ব্যৱহাৰ কৰাত কেনেকৈ নিপুন হ’ব পাৰে?