এপ্ৰিল ২-৮
মথি ২৬
গীত ৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“নিস্তাৰ-পৰ্ব্ব আৰু স্মৰণীয় দিন—সাদৃশ্য আৰু পাৰ্থক্য”: (১০ মি.)
মথি ২৬:১৭-২০—যীচুৱে অন্তিম নিস্তাৰ-পৰ্ব্বৰ ভোজ নিজৰ পাঁচনিসকলৰ লগত খাইছিল (“নিস্তাৰ-পৰ্ব্বৰ ভোজ” মথি ২৬:১৮ পদৰ ওপৰত ভিডিঅ’, nwtsty)
মথি ২৬:২৬—স্মৰণীয় দিনৰ পিঠাই যীচুৰ শৰীৰক চিত্ৰিত কৰে (“অৰ্থ” মথি ২৬:২৬ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ২৬:২৭, ২৮—স্মৰণীয় দিনৰ দ্ৰাক্ষাৰসে যীচুৰ ‘নিয়মৰ তেজক’ চিত্ৰিত কৰে (“নিয়মৰ তেজ” মথি ২৬:২৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মথি ২৬:১৭—নিচান মাহৰ ১৩ তাৰিখক কিয় “খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ প্ৰথম দিনা” বুলি ক’ব পাৰি? (“খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ প্ৰথম দিনা” মথি ২৬:১৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ২৬:৩৯—“এই পান-পাত্ৰ মোৰ পৰা দূৰ হওক” বুলি যীচুৱে কিয় প্ৰাৰ্থনা কৰিছিল? (“এই পান-পাত্ৰ মোৰ পৰা দূৰ হওক” মথি ২৬:৩৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মথি ২৬:১-১৯
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ৫৫-৫৬ ¶২১-২২
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৪৮
স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.)
যিহোৱাৰ বন্ধু হোৱা—মুক্তিপণ: (৭ মি.) ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত কেইজনমান ল’ৰা-ছোৱালীক ষ্টেজলৈ নিমন্ত্ৰণ কৰক আৰু তেওঁলোকক সোধক: লোকসকলে ৰুগীয়া হোৱা, বৃদ্ধ হোৱা আৰু মৃত্যু হোৱাৰ কাৰণ কি? যিহোৱা ঈশ্বৰে আমাক কি আশা দিছে? তুমি প্ৰমোদবনত কাক লগ পাব বিচাৰা?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৫ ¶৫-৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৫৫ আৰু প্ৰাৰ্থনা