Skip to content

Skip to table of contents

এপ্ৰিল ৩০–মে’ ৬

মাৰ্ক ৫-৬

এপ্ৰিল ৩০–মে’ ৬
  • গীত ১২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • আমাৰ মৃত আপোনজনাক পুনৰুত্থান কৰাৰ শক্তি যীচুৰ আছে”: (১০ মি.)

    • মাৰ্ক ৫:৩৮—আপোনজনাৰ মৃত্যু হ’লে আমি বিলাপ কৰোঁ

    • মাৰ্ক ৫:৩৯-৪১—যিসকল লোক মৃত্যুৰ ’টোপনিত’ আছে, তেওঁলোকক জীয়াই তোলাৰ শক্তি যীচুৰ আছে (“ছোৱালীটী মৰা নাই, টোপনিতে আছেমাৰ্ক ৫:৪০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মাৰ্ক ৫:৪২—মৃত আপোনজনাক পুনৰুত্থান কৰাৰ সময়ত লোকসকলে “অতিশয় বিস্ময়” মানিব ( jy-E ১১৮ ¶৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মাৰ্ক ৫:১৯, ২০—এই ক্ষেত্ৰত যীচুৱে ব্যক্তিজনক নিজৰ বিষয়ে আনক ক’বলৈ হয়তো কিয় কৈছিল? (“সম্বাদ তেওঁলোকক দিয়াগৈমাৰ্ক ৫:১৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মাৰ্ক ৬:১১—“ভৰি-তলুৱাৰ ধুলিও জোকাৰি পেলাবা,” ইয়াৰ অৰ্থ কি? (“তোমালোকৰ ভৰি-তলুৱাৰ ধুলিও জোকাৰি পেলাবামাৰ্ক ৬:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ৬:১-১৩

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। গৃহস্থক jw.org ৱেবছাইট দেখুৱাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে এটা প্ৰশ্ন কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ৩৬ ¶২৩-২৪—বিদ্যাৰ্থীৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ বৰ্ণনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৪

  • শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক”: (৫ মি.) আলোচনা।

  • যিহোৱাৰ সংগঠনত সান্ত্বনা লাভ কৰক: (১০ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত পৰৱৰ্তী প্ৰশ্নবোৰ আলোচনা কৰক: ভাই আৰু ভনী পেৰাই কেনেধৰণৰ পৰীক্ষাৰ সন্মুখীন হৈছিল? কিহে তেওঁলোকক সহন কৰিবলৈ সহায় কৰে? পৰীক্ষাৰ সন্মুখীন হোৱাৰ সময়তো আমি কিয় আধ্যাত্মিক বিষয়বোৰত ব্যস্ত থকা উচিত?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৭ ¶৬-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫৪ আৰু প্ৰাৰ্থনা