এপ্ৰিল ৯-১৫
মথি ২৭-২৮
গীত ১৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যোৱা আৰু শিষ্য বনোৱা—কিয়, ক’ত আৰু কেনেকৈ?”: (১০ মি.)
মথি ২৮:১৮—বহুলভাৱে শাসন কৰাৰ অধিকাৰ যীচুৰ আছে (w০৪ ৭/১ ১৯ ¶৪)
মথি ২৮:১৯—গোটেই পৃথিৱীত ঘোষণা কাৰ্য্য কৰা আৰু শিক্ষা দিয়াৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ যীচুৱে নিমন্ত্ৰণ কৰিছিল (“শিষ্য কৰি,” “সকলো জাতিকে” মথি ২৮:১৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ২৮:২০—যীচুৰ শিক্ষা নিজৰ জীৱনত পালন কৰিবলৈ আমি লোকসকলক সহায় কৰা উচিত (“তেওঁলোকক শিক্ষা দিয়া” মথি ২৮:২০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মথি ২৭:৫১—আঁৰকাপোৰ ফাটি দুছিটা হোৱাটোৱে কি চিত্ৰিত কৰে? (“আঁৰকাপোৰ,” “মন্দিৰ” মথি ২৭:৫১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ২৮:৭—যীচুৰ মৃতদেহ ৰখা গুহালৈ অহা তিৰোতাকেইগৰাকীক যিহোৱাৰ স্বৰ্গদূতে কেনেকৈ সন্মান দেখুৱাইছিল? (“তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ যে, তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল” মথি ২৮:৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মথি ২৭:৩৮-৫৪
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
ভাষণ: (৬ মি. বা কম) g১৭.২-HI ১৪—বিষয়: যীচুৰ মৃত্যু ক্ৰুচত হৈছিল নেকি?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৪৪
“ঘোষণা কৰা আৰু শিক্ষা দিয়া—শিষ্য বনোৱাৰ বাবে অতি প্ৰয়োজন”: (১৫ মি.) আলোচনা। বিষয়টোৰ ওপৰত আলোচনা কৰাৰ সময়ত ‘প্ৰচাৰ কৰিবলৈ নেৰিব’—সুযোগ বিচাৰি আৰু ঘৰে ঘৰে আৰু ‘প্ৰচাৰ কৰিবলৈ নেৰিব’—ৰাজহুৱাভাৱে আৰু শিষ্য বনোৱা নামৰ ভিডিঅ’ দুখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৬ ¶১-৪
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৪ আৰু প্ৰাৰ্থনা