মাৰ্চ ২২-২৩
মাৰ্ক ১-২
গীত ৩৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমাৰ পাপ ক্ষমা হল”: (১০ মি.)
[মাৰ্ক কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
মাৰ্ক ২:৩-৫—এজন জঠৰ ৰোগীৰ প্ৰতি যীচুৰ সহানুভূতি উপজিছিল আৰু তেওঁ ৰোগীজনৰ পাপ ক্ষমা কৰিছিল ( jy-E ৬৭ ¶৩-৫)
মাৰ্ক ২:৬-১২—জঠৰ ৰোগীজনক সুস্থ কৰাৰ যোগেদি যীচুৱে প্ৰমাণ কৰে যে তেওঁৰ ওচৰত পাপ ক্ষমা কৰাৰ অধিকাৰ আছে (“কোনটো কবলৈ উজু” মাৰ্ক ২:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মাৰ্ক ১:১১—যিহোৱা ঈশ্বৰে যীচুক কোৱা কথাষাৰৰ অৰ্থ কি? (“এই আকাশী বাণী হল,” “তুমি মোৰ প্ৰিয় পুত্ৰ,” “তোমাত মই পৰম সন্তুষ্ট” মাৰ্ক ১:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মাৰ্ক ২:২৭, ২৮—যীচুৱে নিজকে ‘বিশ্ৰাম-বাৰৰ অধিপতি’ বুলি কিয় কৈছিল? (“বিশ্ৰাম-বাৰৰো অধিপতি” মাৰ্ক ২:২৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ১:১-১৫
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৩৮
“মই ধাৰ্ম্মিকক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ”: (৭ মি.) আলোচনা। বন্দীশালৰ আন্ধাৰ কোঠাৰপৰা, সত্যৰ পোহৰলৈ নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত পৰৱৰ্তী প্ৰশ্নবোৰ আলোচনা কৰক: ডনাল্দে নিজৰ জীৱন কেনেকৈ পুনৰ লাভ কৰে? যীচুৱে পক্ষপাত নকৰাকৈ যিদৰে মানুহৰ লগত ব্যৱহাৰ কৰিছিল, ঠিক সেইদৰে ঘোষণা কৰাৰ সময়ত আমি তেওঁক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?—মাৰ্ক ২:১৭.
যিহোৱা ঈশ্বৰে “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে: (৮ মি.) আলোচনা। যিহোৱা, মই তোমাক মোৰ জীৱনত প্ৰথমস্থান দিব বিচাৰোঁ নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত পৰৱৰ্তী প্ৰশ্নবোৰ আলোচনা কৰক: এনালীজে কিয় আৰু কেনেকৈ যিহোৱা ঈশ্বৰলৈ উভতি আহিল? (যিচ ৫৫:৬, ৭) যিসকল ভাই বা ভনীয়ে যিহোৱাৰপৰা আঁতৰি গৈছে তেওঁলোকক আমি এই অনুভৱৰ যোগেদি কেনেকৈ সহায় আগবঢ়াব পাৰোঁ?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৬ ¶৫-৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১২ আৰু প্ৰাৰ্থনা