এপ্ৰিল ১-৭
১ কৰিন্থীয়া ৭-৯
গীত ১৩৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অবিবাহিত হৈ থকা এটা উপহাৰ”: (১০ মি.)
১কৰি ৭:৩২—অবিবাহিত খ্ৰীষ্টানসকলে বিবাহিত জীৱনত হোৱা চিন্তাবোৰৰপৰা মুক্ত হৈ যিহোৱাৰ সেৱা কৰিব পাৰে (w১১-HI ১/১৫ ১৮ ¶৩)
১কৰি ৭:৩৩, ৩৪—বিবাহিত খ্ৰীষ্টানসকলে ‘সংসাৰৰ বিষয়বোৰৰ’ বাবে চিন্তিত (w০৮-HI ৭/১৫ ২৭ ¶১)
১কৰি ৭:৩৭, ৩৮—যিসকল খ্ৰীষ্টানে অবিবাহিত হৈ থাকিবলৈ নিৰ্ণয় লৈছে, তেওঁলোকে বিবাহিত খ্ৰীষ্টানসকলতকৈ বেছি যিহোৱাৰ বাবে “ভাল কৰ্ম্ম” কৰে (w৯৬-HI ১০/১৫ ১২-১৩ ¶১৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
১কৰি ৭:১১—এজন খ্ৰীষ্টান ভাই বা ভনীয়ে কি কি কাৰণৰ বাবে নিজৰ সংগীৰপৰা পৃথকে থাকিব পাৰে? (lv ২৫২-২৫৩)
১কৰি ৭:৩৬—খ্ৰীষ্টানসকলে কিয় “ডেকা কাল পাৰ” হোৱাৰ পাছতহে বিয়া কৰা উচিত? (w০০-HI ৭/১৫ ৩১ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ৮:১-১৩ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৪ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w১২-HI ১১/১৫ ২০—বিষয়: যিসকলে অবিবাহিত হৈ থাকিবলৈ নিৰ্ণয় লৈছে, তেওঁলোকে কুমাৰীৰ উপহাৰ আচৰিতভাৱে লাভ কৰিছে নেকি? (শিক্ষা অধ্যায় ১২)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৩৭
আপোনাৰ অবিবাহিত জীৱন ভালদৰে অতিবাহিত কৰক: (১৫ মি.) ভিডিঅ’খন দেখুৱাওক । তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ সোধক: বহুতো অবিবাহিত খ্ৰীষ্টানে কি সমস্যাৰ সন্মুখীন হয়? (১কৰি ৭:৩৯) যিপ্তহৰ জীয়েকে কেনেকৈ এক উত্তম উদাহৰণ ৰাখিছে? যিসকলে নিষ্ঠা বজাই ৰাখে, তেওঁলোকক যিহোৱা ঈশ্বৰে কি দিয়ে? (গীত ৮৪:১১) মণ্ডলীৰ ভাই-ভনীসকলে অবিবাহিত লোকসকলক কেনেকৈ উৎসাহিত কৰিব পাৰে? অবিবাহিত লোকসকলৰ বাবে যিহোৱাক সেৱা কৰিবলৈ কি কি উপায় আছে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ২ ¶১-৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৯৮ আৰু প্ৰাৰ্থনা