এপ্ৰিল ২৯–মে’ ৫
২ কৰিন্থীয়া ১-৩
গীত ৪৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱা হৈছে ‘সকলো শান্ত্বনাৰ ঈশ্বৰ’”: (১০ মি.)
[২ কৰিন্থীয়া কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
২কৰি ১:৩—যিহোৱা হৈছে “কৰুণাময় পিতৃ” (w১৭.০৭-HI ১৩ ¶৪)
২কৰি ১:৪—যিহোৱাই দিয়া শান্ত্বনাৰ দ্বাৰা আমিও আনক শান্ত্বনা দিওঁ (w১৭.০৭-HI ১৫ ¶১৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
২কৰি ১:২২—প্ৰতিজন অভিষিক্ত খ্ৰীষ্টানে ঈশ্বৰৰপৰা লাভ কৰা ‘বইনাস্বৰূপ’ আৰু ‘মোহৰ’ কি? (w১৬.০৪-HI ৩২)
২কৰি ২:১৪-১৬—পাঁচনি পৌলে “জয়-যাত্ৰা” শব্দ কি অৰ্থত ব্যৱহাৰ কৰিছিল? (w১১-HI ৪/১৫ ২৮)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ২কৰি ৩:১-১৮ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ৪৮ ¶৩-৪ (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৮৬
“যিহোৱাৰ শিক্ষা গ্ৰহণ কৰক”: (১৫ মি.) আলোচনা। যিহোৱাৰ শিক্ষাৰ দ্বাৰা আনন্দিত হওক নামৰ ভিডিঅ’খন দেখুৱাওক ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৩ ¶৮-১৪
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৫৭ আৰু প্ৰাৰ্থনা