এপ্ৰিল ৮-১৪
১ কৰিন্থীয়া ১০-১৩
গীত ৩০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱা হৈছে বিশ্বাসযোগ্য”: (১০ মি.)
১কৰি ১০:১৩—আমাৰ জীৱনলৈ অহা পৰীক্ষাবোৰৰ নিৰ্ণয় যিহোৱা ঈশ্বৰে নলয় (w১৭.০২-HI ২৯-৩০)
১কৰি ১০:১৩—আমি সন্মুখীন হোৱা পৰীক্ষাবোৰ “মানুহবিলাকত চলে” অৰ্থাৎ তেওঁলোকেও সন্মুখীন হয়
১কৰি ১০:১৩—যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেনেহ’লে তেওঁ আমাক যিকোনো পৰীক্ষাৰ সময়ত সহন কৰিবলৈ সহায় কৰিব
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
১কৰি ১০:৮—গণনাপুস্তক ২৫:৯ পদত বৰ্ণনা কৰিছে যে অনৈতিক যৌন সম্পৰ্কত লিপ্ত থকাৰ বাবে ২৪,০০০ ইস্ৰায়েলী লোকৰ মৃত্যু হৈছিল, কিন্তু এই পদত কিয় ২৩,০০০ বুলি উল্লেখ আছে? (w০৪ ৫/১ ২৭)
১কৰি ১১:৫, ৬, ১০—যদি এগৰাকী ভনীয়ে এজন ভাইৰ উপস্থিতিত বাইবেল অধ্যয়ন পৰিচালনা কৰে, তেনেহ’লে তাইক মূৰত ওৰণি লোৱাৰ প্ৰয়োজন আছেনে? (w১৫-HI ২/১৫ ৩০)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ১০:১-১৭ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ২৫
“শৰীৰৰ . . . সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয়” (১কৰি ১২:২২): (১০ মি.) ভিডিঅ’খন দেখুৱাওক।
“আপুনি স্মৰণীয় দিনৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব?”: (৫ মি.) ভাষণ। স্মৰণীয় দিনৰ সময়ছোৱাত স্মৰণীয় দিনৰ অৰ্থ কি, তাৰ বিষয়ে ধ্যান কৰিবলৈ আৰু যিহোৱা আৰু যীচুৱে আমাক যি প্ৰেম দেখুৱাইছে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ সকলোকে উৎসাহিত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ২ ¶১০-১৭
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১১৯ আৰু প্ৰাৰ্থনা