আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা এপ্ৰিল 2020

আলোচনাৰ বাবে আৰ্হি

মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য আৰু তেওঁ এই প্ৰতিজ্ঞাবোৰ তেওঁ কেনেকৈ পূৰ কৰিব তাৰ বিষয়ে ধাৰাবাহিক আলোচনা।

এপ্ৰিল ৬-১২

আপুনি যীচুৰ মৃত্যুৰ স্মৰণীয় দিনৰ বাবে কেনেকৈ নিজকে প্ৰস্তুত কৰিব?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাকোব আৰু লাবনে শান্তিৰ নিময় স্থিৰ কৰিলে

আপুনি কেনেকৈ আনৰ লগত শান্তি বজাই ৰাখিব পাৰে?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপুনি আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছেনে?

আপুনি ঈশ্বৰৰপৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ কিমান পৰিশ্ৰম কৰিছে?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?

আপোনাৰ চাকৰিৰ বাবে লোৱা নিৰ্ণয়ে কেনেকৈ দেখুৱাই যে আপোনাৰ বাবে কি গুৰুত্বপূৰ্ণ?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

কুসংগতিৰ দুখজনক পৰিণাম

আপুনি কেনেকৈ জানিব পাৰে যে আপোনাৰ সংগতি ভালনে বেয়া?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘ইতৰ দেৱতাবোৰ দূৰ কৰা’

আমি কেনেকৈ চয়তানক প্ৰতিৰোধ কৰি, যিহোৱাক আনন্দিত কৰিব পাৰোঁ?