Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩১

যাকোব আৰু লাবনে শান্তিৰ নিময় স্থিৰ কৰিলে

যাকোব আৰু লাবনে শান্তিৰ নিময় স্থিৰ কৰিলে

৩১:৪৪-৫৩

যাকোব আৰু লাবনে কিয় শিলৰ এটা হাদাম বান্ধিলে?

  • এই শিলৰ হাদামে বাটৰুৱাসকলৰ বাবে এটা চিহ্ন আছিল, যিয়ে দেখুৱাই যে তেওঁলোকে শান্তি স্থিৰ কৰিলে

  • ইয়ে তেওঁলোকক মনত পেলাই দিয়ে যে তেওঁলোকে যি নিয়ম স্থাপন কৰিছে, সেয়া তেওঁলোকে পালন কৰিছেনে নাই তাক যিহোৱাই লক্ষ্য কৰিছে

আজিও যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলৰ মাজত শান্তি থকাটো বিচাৰে। তলত উল্লেখ কৰা, এই তিনিটা কাৰ্য্যই শান্তি বজাই ৰাখিবলৈ বা সমস্যা সমাধান কৰিবলৈ কেনেকৈ আমাক সহায় কৰিব পাৰে?