Skip to content

Skip to table of contents

এপ্ৰিল ২০-২৬

আদিপুস্তক ৩২-৩৩

এপ্ৰিল ২০-২৬
  • গীত ২১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • আপুনি আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছেনে?”: (১০ মি.)

    • আদি ৩২:২৪—যাকোবে স্বৰ্গদূতৰ লগত মালযুদ্ধ কৰিছিল (w০৩-HI ৮/১৫ ২৫ )

    • আদি ৩২:২৫, ২৬—যাকোবে আশীৰ্ব্বাদ লাভ নকৰালৈকে যুঁজ কৰিবলৈ এৰি দিয়া নাছিল (it-২-E ১৯০)

    • আদি ৩২:২৭, ২৮—যাকোবে ধৈৰ্য্য ধৰাৰ কাৰণে আশীৰ্ব্বাদ লাভ কৰিলে (it-১-E ১২২৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৩২:১১, ১৩-১৫—যাকোবে শান্তি বজাই ৰখাত যি পৰিশ্ৰম কৰিলে, তাক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (w১০-HI ৬/১৫ ২২ ১০-১১)

    • আদি ৩৩:২০—যাকোবে যজ্ঞ-বেদিটোক “ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ” বুলি কিয় কৈছিল? (it-১-E ৯৮০)

    • এই সপ্তাহৰ বাইবেলৰ পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩২:১-২১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন