Skip to content

Skip to table of contents

এপ্ৰিল ৬-১২

২০২০ চনৰ, ৭ এপ্ৰিল মংগলবাৰ—যীচুৰ মৃত্যুৰ স্মৰণীয় দিন

এপ্ৰিল ৬-১২

স্মৰণীয় দিনৰ সময়ছোৱাত, প্ৰতিবছৰে বহুতো খ্ৰীষ্টানে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টই যি মহান প্ৰেম দেখুৱালে তাৰ বিষয়ে ধ্যান কৰে। (যোহ ৩:১৬; ১৫:১৩) যিৰূচালেমত যীচুৰ শেষ পৰিচৰ্য্যাৰ সময়ছোৱাত কি কি ঘটিছিল, তাৰ বিষয়ে শুভবাৰ্ত্তাৰ কিতাপবোৰত উল্লেখ আছে আৰু ইয়াৰ বিষয়ে ভালদৰে বুজিবলৈ তলৰ তালিকাখনে সহায় কৰিব। এই ঘটনাবোৰ সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখনৰ ১০১-১৩১ অধ্যায়ত আলোচনা কৰা হৈছে। যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ প্ৰেমে আমাক কি কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে?—২কৰি ৫:১৪, ১৫; ১যোহ ৪:১৬, ১৯.

যিৰূচালেমত যীচুৰ শেষ পৰিচৰ্য্যা

সময়

স্থান

ঘটনা

মথি

মাৰ্ক

লূক

যোহন

৩৩, নিচান ৮ (এপ্ৰিল ১-২, ২০২০)

বৈথনিয়া

নিস্তাৰ-পৰ্ব্বৰ ছদিনৰ আগত যীচু আহিল

 

 

 

১১:৫৫–১২:১

নিচান ৯ (এপ্ৰিল ২-৩, ২০২০)

বৈথনিয়া

মৰিয়মে তেওঁৰ মূৰত আৰু ভৰিত সুগন্ধি তেল বাকি দিলে

২৬:৬-১৩

১৪:৩-৯

 

১২:২-১১

বৈথনিয়া-বৈৎফগী-যিৰূচালেম

যীচুৱে গাধৰ ওপৰত উঠি, যিৰূচালেমলৈ জয়-যাত্ৰা কৰিছে

২১:১-১১, ১৪-১৭

১১:১-১১

১৯:২৯-৪৪

১২:১২-১৯

নিচান ১০ (এপ্ৰিল ৩-৪, ২০২০)

বৈথনিয়া-যিৰূচালেম

ডিমৰু গছজোপাক শাও দিয়ে; মন্দিৰ পুনৰ পৰিষ্কাৰ কৰিলে

২১:১৮, ১৯; ২১:১২, ১৩

১১:১২-১৭

১৯:৪৫, ৪৬

 

যিৰূচালেম

প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে যীচুক বিনষ্ট কৰিবলৈ ছল বিচাৰিলে

 

১১:১৮, ১৯

১৯:৪৭, ৪৮

 

যিহোৱাই আকাশী বাণী কৰিলে; যীচুৱে নিজৰ মৃত্যুৰ বিষয়ে ভৱিষ্যতবাণী কৰিলে; যিহূদীবিলাকে যীচুক অস্বীকাৰ কৰিলে আৰু যিচয়াই কৰা ভৱিষ্যতবাণী পূৰ হʼল

 

 

 

১২:২০-৫০

নিচান ১১ (এপ্ৰিল ৪-৫, ২০২০)

বৈথনিয়া-যিৰূচালেম

শুকাই যোৱা ডিমৰু গছৰপৰা শিক্ষা

২১:১৯-২২

১১:২০-২৫

 

 

যিৰূচালেম, মন্দিৰ

তেওঁৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন তুলিলে; দুজন পুত্ৰৰ দৃষ্টান্ত

২১:২৩-৩২

১১:২৭-৩৩

২০:১-৮

 

দৃষ্টান্ত: হত্যাকাৰী খেতিয়কবিলাক, বিয়াৰ ভোজৰ দৃষ্টান্ত

২১:৩৩–২২:১৪

১২:১-১২

২০:৯-১৯

 

ঈশ্বৰ আৰু কৈচৰ ওপৰত কৰা প্ৰশ্নৰ উত্তৰ দিয়ে, পুনৰুত্থান, প্ৰধান আজ্ঞা

২২:১৫-৪০

১২:১৩-৩৪

২০:২০-৪০

 

লোকসকলক প্ৰশ্ন কৰিলে যে খ্ৰীষ্ট দায়ূদৰ সন্তান হয়নে

২২:৪১-৪৬

১২:৩৫-৩৭

২০:৪১-৪৪

 

ফৰীচী আৰু অধ্যাপকসকলক দোষ দেখুৱালে

২৩:১-৩৯

১২:৩৮-৪০

২০:৪৫-৪৭

 

দৰিদ্ৰ বাঁৰীয়ে দিয়া দান লক্ষ্য কৰিছে

 

১২:৪১-৪৪

২১:১-৪

 

জৈতুন পৰ্ব্বত

যীচুৰ পুনৰাগমনৰ বিষয়ে জনোৱা

২৪:১-৫১

১৩:১-৩৭

২১:৫-৩৮

 

দৃষ্টান্ত:দহ জনী কন্যা, গাগৰি, ছাগলী আৰু মেৰ

২৫:১-৪৬

 

 

 

নিচান ১২ (এপ্ৰিল ৫-৬, ২০২০)

যিৰূচালেম

প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে

২৬:১-৫

১৪:১, ২

২২:১, ২

 

ইষ্কৰিয়োতীয়া যিহূদাই তেওঁক শোধাই দিবলৈ বন্দবস্ত কৰিলে

২৬:১৪-১৬

১৪:১০, ১১

২২:৩-৬

 

নিচান ১৩ (এপ্ৰিল ৬-৭, ২০২০)

যিৰূচালেম আৰু তাৰ

ওচৰে-পাজৰে অন্তিম নিস্তাৰ-পৰ্ব্বৰ যুগুত কৰা

২৬:১৭-১৯

১৪:১২-১৬

২২:৭-১৩

 

নিচান ১৪ (এপ্ৰিল ৭-৮, ২০২০)

যিৰূচালেম

পাঁচনিসকলৰ লগত নিস্তাৰ-পৰ্ব্ব ভোজন কৰিলে

২৬:২০, ২১

১৪:১৭, ১৮

২২:১৪-১৮

 

পাঁচনিসকলৰ ভৰি ধোৱালে

 

 

 

১৩:১-২০

যীচুৱে যিহূদাক বিশ্বাসঘাতক বুলি চিনাক্ত কৰে আৰু তেওঁক বাহিৰ কৰে

২৬:২১-২৫

১৪:১৮-২১

২২:২১-২৩

১৩:২১-৩০

প্ৰভুৰ সন্ধ্যা-ভোজ স্থাপন কৰিলে (১কৰি ১১:২৩-২৫)

২৬:২৬-২৯

১৪:২২-২৫

২২:১৯, ২০, ২৪-৩০

 

পিতৰে যীচুক অস্বীকাৰ কৰা আৰু পাঁচনিসকলে ছিন্ন-ভিন্ন হোৱাৰ বিষয়ে ভৱিষ্যতবাণী কৰে

২৬:৩১-৩৫

১৪:২৭-৩১

২২:৩১-৩৮

১৩:৩১-৩৮

সহায়কৰ্ত্তাজনক প্ৰতিজ্ঞা কৰে; প্ৰকৃত দ্ৰাক্ষালতাৰ দৃষ্টান্ত; প্ৰেম কৰিবলৈ আজ্ঞা দিয়ে; পাঁচনিসকলৰ লগত অন্তিম প্ৰাৰ্থনা

 

 

 

১৪:১–১৭:২৬

গেৎচিমানী

বাৰীত আন্তৰিক যাতনা; যীচুক বিশ্বাসঘাত কৰে আৰু শত্ৰুৰ হাতত শুধাই দিয়ে

২৬:৩০, ৩৬-৫৬

১৪:২৬, ৩২-৫২

২২:৩৯-৫৩

১৮:১-১২

যিৰূচালেম

হাননে প্ৰশ্ন কৰিলে; কায়াফাৰ দ্বাৰা সোধ-বিচাৰ, মহা-সভা; পিতৰে তেওঁক অস্বীকাৰ কৰে

২৬:৫৭–২৭:১

১৪:৫৩–১৫:১

২২:৫৪-৭১

১৮:১৩-২৭

বিশ্বাসঘাতক যিহূদাই নিজকে ফাঁচি লʼলে (পাঁচ ১:১৮, ১৯)

২৭:৩-১০

 

 

 

প্ৰথমে পীলাত, তাৰ পাছত হেৰোদ আৰু পুনৰ পীলাতৰ ওচৰলৈ

২৭:২, ১১-১৪

১৫:১-৫

২৩:১-১২

১৮:২৮-৩৮

পীলাতে যীচুক মুকলি কৰিবলৈ বিচাৰে, কিন্তু লোকসকলে বাৰাব্বাক মুকলি কৰিবলৈ দাবী কৰে; যাতনা স্তম্ভত মৃত্যুদণ্ড দিবলৈ অনুমতি দিয়ে

২৭:১৫-৩০

১৫:৬-১৯

২৩:১৩-২৫

১৮:৩৯–১৯:১৬

(আবেলি প্ৰায় ৩ বজাত)

গলগথা

যাতনা স্তম্ভত মৃত্যু হয়

২৭:৩১-৫৬

১৫:২০-৪১

২৩:২৬-৪৯

১৯:১৬-৩০

যিৰূচালেম

যীচুৰ দেহ যাতনা স্তম্ভৰপৰা নমোৱা হʼল আৰু মৈদামত দিয়া হʼল

২৭:৫৭-৬১

১৫:৪২-৪৭

২৩:৫০-৫৬

১৯:৩১-৪২

নিচান ১৫ (এপ্ৰিল ৮-৯, ২০২০)

যিৰূচালেম

প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে মৈদামত পহৰা দিলে আৰু মৈদামৰ দুৱাৰ ভালদৰে বন্ধ কৰিলে

২৭:৬২-৬৬

 

 

 

নিচান ১৬ (এপ্ৰিল ৯-১০, ২০২০)

যিৰূচালেম আৰু তাৰ ওচৰে-পাজৰে; ইম্মায়ূ

যীচুৰ পুনৰুত্থান; শিষ্যসকলক পাঁচবাৰ দেখা দিয়ে

২৮:১-১৫

১৬:১-৮

২৪:১-৪৯

২০:১-২৫

নিচান ১৬-ৰ পাছত

যিৰূচালেম; গালীল

বহুতোবাৰ শিষ্যসকলক দেখা দিয়ে (১কৰি ১৫:৫-৭; পাঁচ ১:৩-৮); আজ্ঞা দিয়ে; শিষ্য বনাবলৈ আজ্ঞা দিয়ে

২৮:১৬-২০

 

 

২০:২৬–২১:২৫