Skip to content

Skip to table of contents

এপ্ৰিল ২৭–মে ৩

আদিপুস্তক ৩৪-৩৫

এপ্ৰিল ২৭–মে ৩
  • গীত ২৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • কুসংগতিৰ দুখজনক পৰিণাম”: (১০ মি.)

    • আদি ৩৪:১—দীনাই কনান দেশৰ জীয়াৰীহঁতৰ লগত সংগতি কৰিছিল। (w৯৭-HI ২/১ ৩০ )

    • আদি ৩৪:২—চিখিমে দীনাক ভ্ৰষ্ট কৰিলে। (lv ১১৯ ১৪)

    • আদি ৩৪:৭, ২৫—চিমিয়োন আৰু লেবীয়ে চিখিম আৰু সেই নগৰৰ সকলো পুৰুষক বধ কৰিলে (w১০-HI ১/১ ১১ ১-২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৩৫:৮—দবোৰা কোন আছিল আৰু তাইৰপৰা আমি কি শিকিব পাৰোঁ? (it-১-E ৬০০ )

    • আদি ৩৫:২২-২৬—আমি কেনেকৈ জানিব পাৰোঁ যে মচীহৰ পূৰ্ব্বপুৰুষ হʼবলৈ জ্যেষ্ঠীধিকাৰ হোৱাৰ প্ৰয়োজন নাছিল? (w১৭.১২-HI ১৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩৪:১-১৯ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন