Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩৪-৩৫

কুসংগতিৰ দুখজনক পৰিণাম

কুসংগতিৰ দুখজনক পৰিণাম

৩৪:১, ২, ৭, ২৫

যদিও আমাৰ ওচৰ-চুবুৰীয়া, সহকৰ্মী বা সহপাঠীৰ কিছুমান ভাল গুণ থাকে, কিন্তু ইয়াৰ অৰ্থ এয়া নেকি যে তেওঁলোকে আমাৰ ভাল বন্ধু হʼব পাৰে? ভাল বন্ধু বাচনি কৰিবলৈ কিহে আমাক সহায় কৰিব?

  • এই বন্ধুত্বই যিহোৱাৰ লগত থকা মোৰ সম্পৰ্ক দৃঢ় কৰিবলৈ সহায় কৰিবনে?

  • তেওঁলোকৰ কথা-বতৰাই কেনেকৈ প্ৰকাশ কৰে যে তেওঁলোকৰ বাবে কি গুৰুত্বপূৰ্ণ?—মথি ১২:৩৪

নিজকে সোধক: ‘যিহোৱাৰ লগত থকা মোৰ সম্পৰ্কত মোৰ বন্ধত্বই কেনে প্ৰভাৱ পেলাই?’