Skip to content

Skip to table of contents

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?

পদ: আদি ১:২৮

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে মানৱজাতিৰ বাবে যি উদ্দেশ্য ৰাখিছে, সেয়া পূৰ কৰিব বুলি আমি কেনেকৈ জানিব পাৰোঁ?

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: ঈশ্বৰে মানৱজাতিৰ বাবে যি উদ্দেশ্য ৰাখিছে, সেয়া পূৰ কৰিব বুলি আমি কেনেকৈ জানিব পাৰোঁ?

পদ: যিচ ৫৫:১১

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে যেতিয়া নিজৰ উদ্দেশ্য পূৰ কৰিব, তেতিয়া আমাৰ জীৱন কেনেকুৱা হʼব?

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: ঈশ্বৰে যেতিয়া নিজৰ উদ্দেশ্য পূৰ কৰিব, তেতিয়া আমাৰ জীৱন কেনেকুৱা হʼব?

পদ: গীত ৩৭:১০, ১১

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰপৰা লাভৱান হʼবলৈ আমি কি কৰা উচিত?

স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ১৪–এপ্ৰিল ৭):

“আমি আপোনাক এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ দিবলৈ আহিছোঁ আৰু ইয়াত লাখ লাখ লোক উপস্থিত হʼব। ই হৈছে যীচুৰ মৃত্যুৰ বাৰ্ষিক দিন।” নিমন্ত্ৰণ-পত্ৰখন ব্যক্তিজনক দিয়ক। “ইয়াত সভাৰ সময় আৰু ঠিকনা দিয়া আছে। ইয়াৰ উপৰিও, আমি আপোনাক স্মৰণীয় দিনৰ আগৰ সপ্তাহত হʼবলগীয়া এক বিশেষ ভাষণৰ বাবেও নিমন্ত্ৰণ কৰিব বিচাৰোঁ।”

যদি আগ্ৰহ দেখুৱায়, তেনেহʼলে পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?