অক্টোবৰ ১১-১৭
যিহোচূৱা ১০-১১
গীত ১৪৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যিহো ১০:১৩—“যাচেৰৰ পুস্তকখনত” কি লিখা আছিল, তাৰ বিষয়ে আমি জনাটো কিয় প্ৰয়োজন নাই? (w০৯-HI ৩/১৫ ৩২ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) যিহো ১০:১-১৫ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
“প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—ভাই-ভনীৰপৰা সহায় লওক”: (১০ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—আমাৰ ভাই-ভনী নামৰ ভিডিঅʼখন দেখুৱাওক।
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০১, ৪ ভাগ (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩৩
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৭ আৰু প্ৰাৰ্থনা