অক্টোবৰ ২৫-৩১
যিহোচূৱা ১৫-১৭
গীত ১৪৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যিহো ১৭:১৫, ১৮—প্ৰাচীন সময়ত ইস্ৰায়েল দেশত বহুতো অৰণ্য আছিল বুলি আমি কিয় কʼব পাৰোঁ? (w১৫-HI ৭/১৫ ৩২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) যিহো ১৫:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। তাৰ পাছত গৃহস্থক সভালৈ নিমন্ত্ৰণ কৰক। (শিক্ষা অধ্যায় ১৯)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৪)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০১, ৬ ভাগ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নতুন পৃথিৱী নিচেই কাষত, এই শুভবাৰ্তা প্ৰচাৰ কৰক!”: (১৫ মি.) আলোচনা। নতুন পৃথিৱী হʼব এই ব্ৰʼডকাষ্টিং গীতৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩৫
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১০৮ আৰু প্ৰাৰ্থনা