চেপ্টেম্বৰ ১৩-১৯
যিহোচূৱা ১-২
গীত ৯৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“সফলতা লাভ কৰিবলৈ কি কৰা উচিত?” (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যিহো ২:৪, ৫—ৰাহাবে ৰজাৰ লোকসকলক কিয় মিছা কথা কৈছিল? (w০৫ ১/১ ২৯ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) যিহো ২:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: বাইবেল—ইয়ো ২৬:৭ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১১)
পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক আৰু অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপোনাৰ বুজা শক্তিক প্ৰশিক্ষণ দি থাকক”: (১৫ মি.) আলোচনা। “নিজৰ বিবেক শুদ্ধ ৰাখক” নামৰ ভিডিঅʼখন।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ২৭, ২৮
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪ আৰু প্ৰাৰ্থনা