চেপ্টেম্বৰ ২০-২৬
যিহোচূৱা ৩-৫
গীত ৬৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“বিশ্বাসী হৈ যিহোৱাৰ আশীৰ্বাদ লাভ কৰক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যিহো ৫:১৪, ১৫—“যিহোৱাৰ বাহিনীবিলাকৰ সেনাপতি” কোন হয় বুলি আমি বিশ্বাস কৰোঁ? (w০৫ ১/১ ২৯ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) যিহো ৩:১-১৩ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
“প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক”: (১০ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—অনুসন্ধানৰ সঁজুলি নামৰ ভিডিঅʼখন দেখুৱাওক।
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০১, পৰিচয়, ১-২ ভাগ (শিক্ষা অধ্যায় ১৫)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ২৯
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৮ আৰু প্ৰাৰ্থনা