ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
বিশ্বাসী হৈ যিহোৱাৰ আশীৰ্বাদ লাভ কৰক
যিহোৱাই দিয়া নিৰ্দেশনা হয়তো আমাক সঠিক নালাগিব পাৰে (যিহো ৩:১২, ১৩; it–২–E ১০৫; বেটুপাতত দিয়া ছবিখন চাওক)
দায়িত্বত থকা ভাইসকলে নিৰ্দেশনা পালন কৰাৰ ক্ষেত্ৰত ভাল উদাহৰণ ৰখা উচিত (যিহো ৩:১৪; w১৩–HI ৯/১৫ ১৬ ¶১৭)
আমি যেতিয়া যিহোৱাৰ আজ্ঞা পালন কৰি পদক্ষেপ লওঁ, তেতিয়া তেওঁ আমাক আশীৰ্বাদ দিয়ে (যিহো ৩:১৫-১৭; w১৩–HI ৯/১৫ ১৬ ¶১৮)
যদি আমি বেমাৰ আৰু সমস্যাৰ সত্ত্বেও প্ৰচাৰ কৰিবলৈ আগবাঢ়ি যাওঁ, তেনেহʼলে তেওঁ আমাক আশীৰ্বাদ দিব।