চেপ্টেম্বৰ ২৭–অক্টোবৰ ৩
যিহোচূৱা ৬-৭
গীত ১৪৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মূল্য নথকা বস্তুৰপৰা আঁতৰি থাকক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যিহো ৬:২০—ইস্ৰায়েলী সৈন্যসকলে প্ৰাচীন যিৰীহো নগৰখনক আৱৰি নধৰাকৈ তাক পৰাজিত কৰিলে বুলি কি প্ৰমাণ আছে? (w১৫-HI ১১/১৫ ১৩ ¶২-৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) যিহো ৬:১-১৪ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো এটা আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৯)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০১, ৩ ভাগ (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সংগঠনে লাভ কৰা সফলতা: (৫ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।
জানি-শুনি আজ্ঞা উলংঘন কৰিলে বেয়া পৰিণাম হয়: (১০ মি.) আলোচনা। ‘সকলো প্ৰতিজ্ঞা পূৰ হʼল’—এক আভাস ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: যিৰীহো নগৰৰ ধ্বংসৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিছিল? আখান আৰু তেওঁৰ পৰিয়ালে কি কৰিলে? তেওঁলোকে এইদৰে কিয় কৰিলে? এই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? সম্পূৰ্ণ ভিডিঅʼখন চাবলৈ সকলোকে উৎসাহিত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩০, ৩১
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১২২ আৰু প্ৰাৰ্থনা