Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

মূল্য নথকা বস্তুৰপৰা আঁতৰি থাকক

মূল্য নথকা বস্তুৰপৰা আঁতৰি থাকক

আখানে চকুৰ লোভত পৰি চুৰ কৰিছিল (যিহো ৭:১, ২০, ২১; w১০–HI ৪/১৫ ২০ ¶৫)

আখানে কৰা ভুলৰ বাবে তেওঁৰ পৰিয়াল আৰু গোটেই ইস্ৰায়েল ৰাষ্ট্ৰই কষ্ট ভুগিবলগীয়া হৈছিল (যিহো ৭:৪, ৫, ২৪-২৬; w৯৭–HI ৮/১৫ ২৮ ¶৩)

আমি নিজৰ ইচ্ছা আৰু ভাৱনাক দমন কৰা উচিত (১যোহ ২:১৫-১৭; w১০–HI ৪/১৫ ২১ ¶৮)

এনে মূল্য নথকা বস্তুবোৰৰপৰা আঁতৰি থাকক, যি নতুন পৃথিৱীত নাথাকিব—২পিত ৩:১৩