চেপ্টেম্বৰ ৬-১২
দ্বিতীয় বিবৰণ ৩৩-৩৪
গীত ১৫০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ৩৪:৬—যিহোৱাই হয়তো কি কাৰণৰ বাবে মোচিৰ মৈদামৰ বিষয়ে কাকো জনোৱা নাই? (it–২–E ৪৩৯ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ৩৩:১-১৭ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: বাইবেল—২তীম ৩:১৬, ১৭ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)
প্ৰথম সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক আৰু অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“এক অনন্ত জীৱন ব্ৰচাৰখনৰপৰা শিকাওক”: (১৫ মি.) আলোচনা। আহক বাইবেলৰপৰা শিকোঁ নামৰ ভিডিঅʼখন দেখুৱাওক। সময় হʼলে নতুন কিতাপৰ বিষয়ে কিছুমান কথা জনাওক। এই কিতাপখনৰপৰা ব্যক্তিগতভাৱে বা পাৰিবাৰিক উপাসনাত অধ্যয়ন কৰিবলৈ সকলোকে উৎসাহিত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ২৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৪ আৰু প্ৰাৰ্থনা