Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ “চিৰস্থায়ী” হাতৰ তলত আশ্ৰয় লওক

যিহোৱাৰ “চিৰস্থায়ী” হাতৰ তলত আশ্ৰয় লওক

আমি নৈতিকভাৱে শুদ্ধ হৈ থকাটো যিহোৱাই বিচাৰে (দ্বিতী ৩৩:২৬; it–২–E ৫১)

যিহোৱাই আমাক সহায় কৰিবলৈ আনন্দিত হয় (দ্বিতী ৩৩:২৭; rr–HI ১২০, বক্স)

যিহোৱাই আমাক ৰক্ষা কৰিব বুলি মোচিৰ দৰে আমিও বিশ্বাস কৰিব লাগিব (দ্বিতী ৩৩:২৯; w১১–HI ৯/১৫ ১৯ ¶১৬)

বিভিন্ন ধৰণৰ সমস্যাৰ সময়ত যিহোৱাৰ হাতে আমাৰ সহায় কৰে। উদাহৰণস্বৰূপে, যেতিয়া আমি বেমাৰ হওঁ, নিৰাশ বা দুখিত হওঁ, বা নিজৰ পাপৰ বাবে অনুতাপ কৰোঁ, তেতিয়া যিহোৱাই আমাক সহায় কৰে।