Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক

শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক

এলিয়াই বৰ ভয় খালে আৰু নিজৰ জীৱন বচাবলৈ পলাই গʼল (১ৰাজা ১৯:৩, ৪; w১৯.০৬-HI ১৫ ¶৫)

যিহোৱাই এলিয়াক সহায় কৰিলে, তেওঁক খাবলৈ পিঠা আৰু পানী দিলে। যিহোৱাৰ ওচৰত কিমান শক্তি আছে, সেয়া তেওঁ আচৰিত কাম কৰাৰ যোগেদি দেখুৱালে (১ৰাজা ১৯:৫-৭, ১১, ১২; ia-HI ১০৩ ¶১৩; ১০৬ ¶২১)

যিহোৱাই এলিয়াক আৰু বহুতো কাম দিলে (১ৰাজা ১৯:১৫-১৮; ia-HI ১০৬ ¶২২)

বৰ্তমান সময়ত যিহোৱাই আমাৰ লগত বাইবেলৰ যোগেদি কথা পাতে। তেওঁ আমাৰ বিষয়ে চিন্তা কৰে বুলি আমাক মনত পেলাই দিয়ে আৰু এনে কাম দিয়ে, যিবোৰ কৰি আমি আনন্দ লাভ কৰোঁ।—১কৰি ১৫:৫৮; কল ৩:২৪.