অক্টোবৰ ১৭-২৩
১ ৰাজাৱলি ২১-২২
গীত ১৩৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাই নিজৰ অধীনত থকাসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰা শিকক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ২১:২৭-২৯—ৰজা আহাবে হৃদয়ৰ পৰা অনুতাপ কৰা নাছিল বুলি কেনেকৈ জানিব পাৰি? (w২১.১০ ৩ ¶৪-৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ২২:২৪-৩৮ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৪)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ৬)
ভাষণ: (৫ মি.) w১৫-HI ৩/১৫ ৯-১১ ¶১০-১২—বিষয়: বাইবেলৰ প্ৰতিটো ঘটনাই যে কোনো কথাক চিত্ৰিত কৰে এনে নহয়, এয়া আমি নাবোতৰ উদাহৰণৰ পৰা কেনেকৈ জানিব পাৰোঁ? (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
প্ৰেমে ধৈৰ্য্য ধৰে আৰু মৰম কৰে: (১০ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: ভাই আলেকছাণ্ড্ৰুৱে নিজৰ পত্নীৰ লগত কেনেদৰে ধৈৰ্য্য আৰু মৰমেৰে ব্যৱহাৰ কৰিলে? ভনী ডৰিণাই কিহৰ বাবে সত্য গ্ৰহণ কৰিলে? এই অনুভৱৰ পৰা আমি কি শিকিব পাৰোঁ?
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৯৬, ৯৭
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৬২ আৰু প্ৰাৰ্থনা