অক্টোবৰ ২৪-৩০
২ ৰাজাৱলি ১-২
গীত ৭৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“প্ৰশিক্ষণ দিয়াৰ এটা ভাল উদাহৰণ”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ২:১১—যেতিয়া এলিয়াই “ধুমুহা বতাহত স্বৰ্গলৈ উঠিল,” তেতিয়া তেওঁ প্ৰকৃততে কʼলৈ গৈছিল? (w০৫ ৮/১ ৯ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ২:১-১০ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ১৩)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৭, আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ বিশেষত্ব”: (১৫ মি.) আলোচনা। এনে এজন প্ৰচাৰকৰ ইণ্টাৰভিউ লওক, যিজনে এক অনন্ত জীৱন কিতাপখনৰ পৰা কাৰোবাৰ লগত অধ্যয়ন কৰি আছে। তেওঁক এইদৰে সোধক: এই কিতাপখনৰ কি কি কথা আপোনাৰ ভাল লাগিল? যেতিয়া আপুনি নিজৰ বিদ্যাৰ্থীক ইয়াত উল্লেখ কৰা ভিডিঅʼবোৰ দেখুৱায় আৰু তেওঁৰ মনৰ কথা জানিবলৈ তাত দিয়া প্ৰশ্নবোৰ সোধে, তেতিয়া বিদ্যাৰ্থীজনে কেনে অনুভৱ কৰে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৯৮, ৯৯
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৯ আৰু প্ৰাৰ্থনা