Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমালোকে কিমান কাললৈ দুই নাওত দুই ভৰি দি থাকিবা?”

“তোমালোকে কিমান কাললৈ দুই নাওত দুই ভৰি দি থাকিবা?”

এলিয়াই ইস্ৰায়েলীসকলক এটা নিৰ্ণয় লʼবলৈ কৈছিল আৰু তাতে স্থিৰ হৈ থাকিবলৈ কৈছিল (১ৰাজা ১৮:২১; w১৭.০৩-HI ১৪ ¶৬)

বাল কোনো জীৱিত দেৱতা নাছিল (১ৰাজা ১৮:২৫-২৯; ia-HI ৮৮ ¶১৫)

যিহোৱাই আচৰিত কাম কৰি প্ৰমাণ কৰে যে তেৱেঁই সত্য ঈশ্বৰ (১ৰাজা ১৮:৩৬-৩৮; ia-HI ৯০ ¶১৮)

এলিয়াই লোকসকলক যিহোৱাৰ আজ্ঞা পালন কৰি নিজৰ বিশ্বাসৰ প্ৰমাণ দিবলৈ কৈছিল। (দ্বিতী ১৩:৫-১০; ১ৰাজা ১৮:৪০) আজি আমিও যিহোৱাৰ আজ্ঞাবোৰ সাৱধানেৰে পালন কৰি আমি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ আৰু তেওঁৰ ভক্তি কৰোঁ বুলি প্ৰমাণ কৰোঁ।