চেপ্টেম্বৰ ১৯-২৫
১ ৰাজাৱলি ১৩-১৪
গীত ২১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“সন্তুষ্ট আৰু মৰ্য্যদাত থকাটো কিয় গুৰুত্বপূৰ্ণ?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ১৪:১৩—এই পদৰ পৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ? (w১১-HI ১/১ ২১ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ১৩:১-১০ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া “বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ অভিযান” ভাগত যি বিষয় দিয়া আছে, সেই বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৭)
পুনৰ সাক্ষাৎ: (৪ মি.) এজন ব্যক্তিৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিব বিচাৰিছে। তেওঁৰ লগত এক অনন্ত জীৱন ব্ৰচাৰখনৰ পাঠ ১-ৰ পৰা অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৯)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৭, ভাগ ৫ (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“অভাৱৰ সত্ত্বেও হাৰ নামানিব”: (১৫ মি.) আলোচনা। মজবুত ঘৰ তৈয়াৰ কৰক—“তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা” নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮৯, ৯০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১২৬ আৰু প্ৰাৰ্থনা