ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
সন্তুষ্ট আৰু মৰ্য্যদাত থকাটো কিয় গুৰুত্বপূৰ্ণ?
যাৰবিয়ামৰ পৰা উপহাৰ লʼবলৈ ঈশ্বৰৰ ভৱিষ্যতবক্তাই মানা কৰিলে (১ৰাজা ১৩:৭-১০; w০৮-HI ৮/১৫ ৮ ¶৪)
সেই ভৱিষ্যতবক্তাজনে পাছত যিহোৱাই দিয়া আজ্ঞা পালন নকৰিলে (১ৰাজা ১৩:১৪-১৯; w০৮-HI ৮/১৫ ১১ ¶১৫)
আজ্ঞা পালন নকৰাৰ বাবে সেই ভৱিষ্যতবক্তাজনৰ মৃত্যু হʼল (১ৰাজা ১৩:২০-২২; w০৮-HI ৮/১৫ ৯ ¶১০)
যদি আমি সন্তুষ্ট হৈ থাকোঁ আৰু নিৰ্ণয় লোৱাৰ সময়ত যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেনেহʼলে আমি বহুতো সমস্যাৰ পৰা বাচি থাকিব পাৰিম।—১তীম ৬:৮-১০.
নিজকে সোধক: ‘মই প্ৰয়োজনীয় বস্তুবোৰতে সন্তুষ্ট আছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? নিৰ্ণয় লোৱাৰ সময়ত মই মৰ্য্যদাৰ গুণ কেনেকৈ দেখুৱাব পাৰোঁ?’—হিতো ৩:৫; ১১:২.