Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপুনি আচাৰ দৰে সাহস দেখুৱাই নে?

আপুনি আচাৰ দৰে সাহস দেখুৱাই নে?

আচাই সত্য উপাসনাৰ বাবে উৎসাহেৰে পদক্ষেপ লʼলে (১ৰাজা ১৫:১১, ১২; w১২-HI ৮/১৫ ৮ ¶৪)

আচাই সাহস দেখুৱালে আৰু নিজৰ পৰিয়ালতকৈ যিহোৱাৰ উপাসনাক বেছি গুৰুত্ব দিলে (১ৰাজা ১৫:১৩; w১৭.০৩-HI ১৯ ¶৭)

আচাই কিছুমান ভুল কৰিছিল, কিন্তু যিহোৱাই তেওঁৰ ভাল গুণবোৰলৈ ধ্যান দিলে আৰু তেওঁক বিশ্বাসী বুলি কʼলে (১ৰাজা ১৫:১৪, ২৩; it-১-E ১৮৪-১৮৫)

নিজকে সোধক: ‘সত্য উপাসনাৰ বাবে মোৰ উৎসাহ আছেনে? মই এনে কোনো লোক বা পৰিয়ালৰ সদস্যৰ লগত সংগতি কৰিবলৈ এৰি দিওঁনে, যিজনে যিহোৱাক এৰি দিছে?’—২যোহ ৯, ১০.