ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ বুদ্ধিৰ বাবে তেওঁৰ প্ৰশংসা কৰক
যিহোৱাই চলোমনক অদ্ভুদ বুদ্ধি দিলে (১ৰাজা ১০:১-৩; w৯৯-HI ৭/১ ৩০ ¶৬)
চলোমনৰ বুদ্ধি দেখি চিবাৰ ৰাণী আচৰিত হৈছিল (১ৰাজা ১০:৪, ৫; w৯৯-HI ১১/১ ২০ ¶৬)
যিহোৱাই চলোমনক ৰজা পতাৰ বাবে চিবাৰ ৰাণীয়ে যিহোৱাৰ প্ৰশংসা কৰিলে (১ৰাজা ১০:৬-৯; w৯৯-HI ৭/১ ৩০-৩১)
চিবাৰ ৰাণীৰ দৰে আমিও যিহোৱাৰ পৰা পোৱা বুদ্ধিৰ বাবে মূল্যাংকণ কৰা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? এটা উপায় হৈছে আমি যীচুৱে শিকোৱা কথা পালন কৰা উচিত আৰু তেওঁৰ দৰে হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। (মথি ১২:৪২; ১পিত ২:২১) দ্বিতীয় উপায় হৈছে আমি লোকসকলক ঈশ্বৰৰ বুদ্ধিৰ বিষয়ে জনোৱা উচিত।