অক্টোবৰ ১৬-২২
ইয়োব ৬-৭
গীত ৩৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যেতিয়া সমস্যাবোৰ সহ্য কৰাটো কঠিন হৈ পৰে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ৬:২৯—ভাই-ভনীসকলক অভিযোগ কৰাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ? (w২০.০৪ ১৬ ¶১০)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ৬:১-২১ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৭)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তেওঁক শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ১১)
ভাষণ: (৫ মি.) w২২.০১ ১২-১৩ ¶১৫-১৮—বিষয়: যাকোবৰ দৰে ভাল শিক্ষক হওক—ভাল উদাহৰণ দিয়ক। (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“যিহোৱাই খেদিত মন হোৱাবিলাকক পৰিত্ৰাণ বা সুস্থ কৰে”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩২ ভাগ ৫-৬ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৪২ আৰু প্ৰাৰ্থনা