অক্টোবৰ ২৩-২৯
ইয়োব ৮-১০
গীত ১০৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি চয়তানৰ কথা বিশ্বাস নকৰোঁ”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ৯:৩২—যেতিয়া আমি বাইবেলত এনে কিবা পঢ়োঁ, যি আমি বুজি নাপাওঁ, তেতিয়া আমি কি কৰা উচিত? (w১০-HI ১০/১৫ ৬-৭ ¶১৯-২০)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ৯:২০-৩৫ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তেওঁক শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ১৭)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু “আপুনি এই ব্ৰচাৰখনৰপৰা বেছিকৈ লাভৱান হʼবলৈ কি কৰিব পাৰে?” ভাগটো আলোচনা কৰক। (শিক্ষা অধ্যায় ৩)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১৬ ভাগ ৬ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“ঈশ্বৰক বিশ্বাস নকৰা লোকসকলক যিহোৱাৰ বিষয়ে জানিবলৈ সহায় কৰক”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩৩
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ২৩ আৰু প্ৰাৰ্থনা